মাতৃৰ অনুপস্থিত দুই সন্তানৰ হিয়া ভঙা কান্দোন। ২৫ জুলাইৰ পৰা নিৰুদ্দেশ ২ সন্তানৰ মাতৃ ভাণ্ডাৰাৰ জমিলা খাতুন।
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰা গাঁৱত এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্র উদ্বেগৰ সৃষ্টি কৰিছে। […]



