বানত সৰ্বস্বান্ত ৫০টা পৰিয়ালৰ গৃহ পুনৰ্নিৰমাণ আৰু মেৰামতিৰ দায়িত্ব ল’লে ৰাম নাৰায়ণ ভূঞাই: ইতিমধ্যে ১০ লক্ষাধিক টকাৰ সামগ্ৰী বিতৰণ
লখিমপুৰ/নাৰায়ণপুৰ: অসমত ধাৰাবাহিকভাৱে সৃষ্টি হোৱা সংহাৰী বানপানীয়ে প্ৰতিবছৰে উজুটি খুৱায় লাখ লাখ পৰিয়ালক। বিশেষভাৱে লখিমপুৰ আৰু নাৰায়ণপুৰ অঞ্চলৰ নৈপৰীয়া ৰাইজৰ […]









