লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ্য কৰ্মচাৰী মুহিৰাম সোনোৱাল, ক আজি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। চিয়াজুলি পঞ্চায়তৰ উদোগত, পঞ্চায়ত […]
আজি যমুনামুখৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ।
আজি যমুনামুখৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ। যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শংকৰ মন্দিৰৰ মাজৰ দীৰ্ঘদিনীয়া ভূমি […]
এই জনাদেশ কেৱল বিজয়ৰ আনন্দ নহয়, ই ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ এক বৃহৎ দায়িত্ব। নগাঁৱৰ উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে এই বিশ্বাসক সাৰোগত কৰি আমি আগবাঢ়ি যাম।
বেলটতো পদুম, ই ভি এমতো পদুম 🪷 নগাঁও লোকসভা উপ-নিৰ্বাচনত NDAৰ ঐতিহাসিক বিজয়ে পুনৰবাৰ প্ৰমাণ কৰিলে যে উন্নয়ন, সু-শাসন আৰু জনকল্যাণৰ প্ৰতি ৰাইজৰ আস্থা অটুট […]
ৰহাৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘ৰিজ’নেন্স বিদ্যাপীঠ’-ৰ দশম বৰ্ষপূৰ্তি আৰু নৱাগত আদৰণি সভাত উপস্থিত থাকি শিক্ষক-শিক্ষাৰ্থীসকলৰ সৈতে কিছু সময় অতিবাহিত কৰোঁ।
ৰহাৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘ৰিজ’নেন্স বিদ্যাপীঠ’-ৰ দশম বৰ্ষপূৰ্তি আৰু নৱাগত আদৰণি সভাত উপস্থিত থাকি শিক্ষক-শিক্ষাৰ্থীসকলৰ সৈতে কিছু সময় অতিবাহিত কৰোঁ। শিক্ষাই এখন সমাজৰ ভৱিষ্যৎ গঢ়ে। বিগত […]
বইটামাৰীত ড্ৰাগছবিৰোধী বৃহৎ সাফল্য: ২৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আৰক্ষীৰ জালত চাপৰৰ সৰবৰাহকাৰী
বঙাইগাঁও জিলাৰ বইটামাৰীস্থিত তালগুৰী নিত্যবজাৰত আৰক্ষীয়ে এক অভিযান চলাই ২৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, অভয়াপুৰী আৰক্ষী বিষয়া মৃণ্ময় […]
চেঙাৰ খোলাবান্ধাত চান্দু মিয়া মেমৰিয়েল ক্লাৱ এণ্ড লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ খোলাবান্ধাত চান্দু মিয়া মেম’ৰিয়েল ক্লাব এণ্ড লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন কৰা হয়। পাঠিমাৰী এম.ই. স্কুলৰ প্ৰধান শিক্ষক ৰহম মণ্ডলে ৰঙা ফিতা কাটি […]
মহালয়াৰ পৱিত্ৰ দিনত নাজিৰাত ভক্তৰ ভিৰ, দেৱী দুৰ্গাৰ আৰাধনাৰে মুখৰিত পৰিৱেশ
আজি পৱিত্ৰ মহালয়াৰ দিনটোত সমগ্ৰ অঞ্চলৰ লগতে নাজিৰাতো ধৰ্মীয় পৰম্পৰা আৰু ভক্তিভাৱেৰে মহালয়া পালন কৰা হয়। ব্ৰহ্মমুহূৰ্তৰ পৰাই নাজিৰাত দেৱী দুৰ্গাৰ আৰাধনা আৰু বন্দনাৰ […]
গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সমূহীয়া পদত্যাগ পত্ৰ প্ৰেৰণ বিষয়ববীয়াৰ
১১ অক্টোবৰঃ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাত সৃষ্টি হৈছে সাংগঠনিক অস্থিৰতা। আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আলতাফ হুছেইনে নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ কৰাৰ কথা সামাজিক […]
নগৰবেৰাৰ ৰঙ্গেশ্বৰীত পথ দুৰ্ঘটনা
নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনা সংঘটিত কৰি বাইক এৰি চালক উধাও হয়। বুধবাৰৰ সন্ধিয়াত টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙ্গেশ্বৰী পাম গাওঁত সংঘটিত হয় […]
মুখ্য নির্বাচন আয়ুক্তক নিলম্বনৰ অন্তবর্তীকালীন নির্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
CEC জ্ঞনেশ কুমাৰৰ অন্তৱৰ্তীকালীন নিলম্বনৰ দাবী নাকচ SCৰ পৰিৱৰ্তে ভাৰতীয় নির্বাচন আয়োগ তথা আন নির্বাচন আয়ুক্তসকললৈ জাননী জাৰি একপক্ষীয়ভাৱে SIRৰ সিদ্ধান্ত লোৱাৰ অভিযোগত CECৰ বিৰুদ্ধে […]
