উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে প্ৰশংসা কৰে । এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি যোগী আদিত্যনাথে কয় যে প্ৰধানমন্ত্ৰী […]
মুম্বাইত লখিমপুৰ চিয়াজুলিৰ কম্পিউটাৰ প্ৰশিক্ষক অমৃত বিশ্বকৰ্মা, ক তিনিটাকৈ এৱাৰ্ড প্ৰদান।
নিজৰ দক্ষতা, মেধা আৰু একাগ্ৰ প্ৰচেষ্টাৰ বলত, কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চল আগবঢ়োৱা সেৱাৰ ফলত সুদুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মহানগৰী মুম্বাইৰ পৰা তিনিটাকৈ সন্মান বুটলিবলৈ সক্ষম […]
লখিমপুৰ চিয়াজুলিৰ টেকনেষ্ট লাৰ্নিঙৰ ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অমৃত বিশ্বকৰ্মালৈ মুম্বাইৰ ডিজিটেল ইনফৰমেচন টেকনলজি এণ্ড ৰিচাৰ্চ ফৰ প্ৰফেচনে প্ৰদান কৰিলে তিনিটাকৈ বটাঁ।
নিজৰ দক্ষতা, মেধা আৰু একাগ্ৰ প্ৰচেষ্টাৰ বলত, কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চল আগবঢ়োৱা সেৱাৰ ফলত সুদুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মহানগৰী মুম্বাইৰ পৰা তিনিটাকৈ সন্মান বুটলিবলৈ সক্ষম […]
মুম্বাইত লখিমপুৰ চিয়াজুলিৰ কম্পিউটাৰ প্ৰশিক্ষক অমৃত বিশ্বকৰ্মা, ক তিনিটাকৈ এৱাৰ্ড প্ৰদান।
নিজৰ দক্ষতা, মেধা আৰু একাগ্ৰ প্ৰচেষ্টাৰ বলত, কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চল আগবঢ়োৱা সেৱাৰ ফলত সুদুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মহানগৰী মুম্বাইৰ পৰা তিনিটাকৈ সন্মান বুটলিবলৈ সক্ষম […]
নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী সমষ্টিৰ বৰালিমাৰী পঞ্চায়তৰ খেলপথাৰত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মন কী বাত অনুষ্ঠান শ্ৰৱণ কৰিবলৈ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীয়ুষ হাজৰীকা ১০.৩০ বজাত আহি খেলপথাৰত উপস্থিত হ’ব।
নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী সমষ্টিৰ বৰালিমাৰী পঞ্চায়তৰ খেলপথাৰত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মন কী বাত অনুষ্ঠান শ্ৰৱণ কৰিবলৈ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীয়ুষ হাজৰীকা […]
স্বাধীনতাৰ পিছত ডিব্ৰুগড়ৰ জলপথ বাণিজ্যত ঐতিহাসিক সংযোজন!
ডিব্ৰুগড়ে অতি শীঘ্ৰেই লাভ কৰিবলৈ গৈছে এক ঐতিহাসিক জলপথ বাণিজ্যিক মাইলৰ খুঁটি। অসম পেট্ৰ’-কেমিকেলছ লিমিটেড (APCL), নামৰূপৰ পৰা মিথানল কঢ়িয়াই এখন কাৰ্গ’ জাহাজ বগীবিল ইনলেণ্ড […]
মহৎ লোকৰ বাণী
মহৎ লোকৰ বাণী অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বর্তমানক প্ৰভাৱিত কৰে । ফ্রিজেডৰিখ নীতসে
‘পনীৰ’ নাম ব্যৱহাৰ কৰি বিক্ৰী আৰু বিপণন কৰা দুগ্ধজাত নোহোৱা সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে খাদ্য সুৰক্ষা কৰ্তৃপক্ষ। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ, অৰ্থাৎ FSSAI-য়ে ‘পনীৰ’ নাম ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। ২৪ ছেপ্টেম্বৰত এই সন্দৰ্ভত Food Safety and Standards (Prohibition and Restrictions on Sales) Amendment Regulations, 2026-ৰ খচৰা অধিসূচনা জাৰি কৰা হৈছে। প্ৰস্তাৱিত নিয়ম অনুসৰি, দুগ্ধৰ পৰা আহৰণ নকৰা উপাদানেৰে প্ৰস্তুত কৰা আৰু বৰ্তমান ‘Analogue in Dairy Context’ শ্ৰেণীৰ অধীনত লাইচেন্স বা পঞ্জীয়নভুক্ত সামগ্ৰীয়ে নিজৰ নাম, লেবেল আৰু বিপণনত ‘Paneer’ বা ‘পনীৰ’ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব। FSSAIৰ এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকক সামগ্ৰীবিধৰ প্ৰকৃত স্বৰূপ সম্পৰ্কে স্পষ্ট তথ্য প্ৰদান কৰা, যাতে দুগ্ধজাত পনীৰ আৰু দুগ্ধৰ বিকল্প সামগ্ৰীৰ মাজত বিভ্ৰান্তি সৃষ্টি নহয়। দুগ্ধৰ বিকল্প সামগ্ৰী অৰ্থাৎ dairy analogue-ক লৈ FSSAI-য়ে ইয়াৰ পূৰ্বেও পৰামৰ্শ গ্ৰহণ কৰিছিল। এনে সামগ্ৰী দুগ্ধজাত সামগ্ৰী হিচাপে বিক্ৰী বা ব্যৱহাৰ কৰাৰ বিষয়টো লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল। অৱশ্যে, এই নিয়ম এতিয়াও চূড়ান্ত হোৱা নাই। বৰ্তমান ই কেৱল খচৰা প্ৰস্তাৱ। সংশ্লিষ্ট পক্ষসমূহৰ মতামত আৰু নিৰ্ধাৰিত নিয়মীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
‘পনীৰ’ নাম ব্যৱহাৰ কৰি বিক্ৰী আৰু বিপণন কৰা দুগ্ধজাত নোহোৱা সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে খাদ্য সুৰক্ষা কৰ্তৃপক্ষ। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ, অৰ্থাৎ […]
বহতি চৰত উত্তাপ পৰিস্থিতি, ইজৰ ৰোষত চুৰি বাইক সহ চোৰ,
পূৱ গোৱালপাৰাৰ পঞ্চৰত্ন থানাৰ অন্তৰ্গত বহতি চৰত স্থানীয় ৰাইজৰ তৎপৰতাত এখন চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে অভিযুক্তক আৰক্ষীৰ হাতত গতাই দিয়া হয়। প্ৰাপ্ত তথ্য […]
*কামৰূপ জিলাৰ বংশৰত অৰুণোদয় ৩.০ৰ আৰ্থিক সাহায্য প্ৰদানৰ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ* *
দিছপুৰ, ১ আগষ্ট :: মহিলা আৰু শিশু বিকাশ আৰু পৰ্যটন মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনৰ […]
