লখিমপুৰ বগীনদীৰ এগৰাকী উদীয়মান লেখক সাহিত্যিক তথা নৈপৰীয়া কবি হিচাপে পৰিচিত শিক্ষক কলেশ্বৰ নৰহলৈ মানৱ সম্পদ বিকাশ মঞ্চই আগবঢ়াইছে মানৱ দৰদী বটাঁ। এই কথা শিক্ষক […]
লখিমপুৰৰ চিয়াজুলী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সন্মিলনীৰ অন্তৰ্গত শিক্ষক শিক্ষয়িত্ৰী সকলৰ উচ্চ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা
লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ চিয়াজুলি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি সন্মিলনীৰ অন্তৰ্ভুক্ত শিক্ষক শিক্ষয়িত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত […]
প্ৰেছ ইনফৰ্মেচন ব্যুৰো, ৰ উদ্যোগত লখিমপুৰত, নিচামুক্ত ভাৰত, পোষণ অভিযান, ৰ বাৰ্তা শীৰ্ষক সাংবাদিক কৰ্মশালা সম্পন্ন।
প্ৰেছ ইনফৰ্মেচন ব্যুৰো গুৱাহাটী ৰ উদ্যোগত বাৰ্তা শীৰ্ষক কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ সাংবাদিক সকলক লৈ অনুষ্ঠিত হয় এই কৰ্মশালা। জিলাৰ আৱৰ্ত ভৱনৰ পেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাৰ […]
পাঁচদিনৰ অন্তত লখিমপুৰৰ সোৱনশিৰি নৈৰ ঘাগৰ ঘাটৰ পৰা সন্ধানহীন হোৱা দুই ভাতৃৰ ভিতৰৰ এজনৰ মৃতদেহ উদ্ধাৰ।
সম্পূৰ্ণ পাঁচদিনৰ অন্তত আজি সোৱনশিৰি নৈৰ ঘাগৰ ঘাটৰ পৰা সন্ধানহীন হোৱা দুই ভাতৃৰ ভিতৰৰ এজনৰ মৃতদেহ উদ্ধাৰ হৈছে। লখিমপুৰ জিলাৰ মাহৰা চমুৱা গাঁৱৰ দুই ভাতৃ […]
লখিমপুৰ বগীনদীৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন।
অসম তথা অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী সমগ্ৰ অসমজুৰি বিভিন্ন দল সংগঠন, সংস্থা, অনুষ্ঠান প্ৰতিষ্ঠান সমুহে পালন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন […]
বগীনদী আৰক্ষীৰ সফল অভিযান, মাজনিশা ছটাকৈ চোৰাং গৰু ভৰ্তি এখন বাহন সহ গ্ৰেপ্তাৰ কৰিলে এজন সৰবৰাহকাৰীক
কালি মাজনিশা লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীয়ে অভিযান চলাই এখন বাহনত ভৰি, মুখ বান্ধি কঢ়িয়াই অনা ছটাকৈ গৰু বাহনৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীৰ এই […]
লখিমপুৰৰ চিয়াজুলিত বনৰীয়া হাতীৰ উপদ্ৰব, নিশা দীৰ্ঘা নাহৰবাৰীত দুজন লোকৰ বাৰীত সোমাই ভাঙি খাই তহিলং কৰিলে তামোল, কলগছ
লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত চিয়াজুলিৰ দীৰ্ঘা নাহৰবাৰীত পুনৰ আৰম্ভ হৈছে বনৰীয়া হাতীৰ উপদ্ৰব। জানিব পৰা মতে, কালি নিশা কাকৈ […]
দেশীয় সুৰাৰ বিপণীত বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা, বগীনদী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।
নামতহে দেশীয় সুৰাৰ বিপণী, কামত কিন্তু বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা! এনে কাৰ্য্য চলি আছিল বগীনদীৰ হৰিয়নী গাঁৱত। লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত হৰিয়নী […]
লখিমপুৰ চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওৰ প্ৰথমগৰাকী ভাৰতীয় সেনা জোৱান ৰাজেশ উপাধ্যায়ক উষ্ম আদৰণি।
প্ৰশিক্ষণ সামৰি স্বগৃহলৈ উভতি অহা দীৰ্ঘা মাজ গাঁওৰ যুৱক তথা সীমান্ত সুৰক্ষা বাহিনীৰ সৈনিক ৰাজেশ উপাধ্যায়ক উষ্ম আদৰণি জনায় গাঁওখনৰ ৰাইজৰ লগতে আত্মীয় স্বজন মিতিৰ […]
চুতীয়া উন্নয়ণ পৰিষদত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশনেৰে প্ৰতিবাদ কৰি সফল হোৱা কুণ্ডিল সেনা অসমৰ কেন্দ্ৰীয় নেতৃত্বক লখিমপুৰৰ বগীনদীত আদৰণি।
চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন হোৱা চুতীয়া উন্নয়ণ পৰিষদত বিগত দিনসমূহত সংঘটিত সংঘটিত বিয়াগোম দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰা […]
