লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰাৰ বিভিন্ন গাঁৱত দীৰ্ঘদিনৰ পৰাই গৰু চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা এজনক গৰু চুৰিৰ সন্দেহত এখন বাহন সহ আৰক্ষীক গতাই […]
লখিমপুৰ বগীনদীৰ ছঘৰীয়াত বজ্ৰপাতত পশুধনৰ মৃত্যু।
লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বগীনদী পঞ্চায়তৰ অন্তৰ্গত ছঘৰীয়াত কালি নিশা বজ্ৰপাত পৰি গোহালিত বান্ধি থোৱা অৱস্থাত পশুধনৰ মৃত্যু হয়। জানিব পৰা মতে, […]
লখিমপুৰৰ চিয়াজুলিত চিডকো ৰ , উদ্যোগত সজাগতা সভা, বৃক্ষৰোপন কাৰ্যসূচী
ক্ষুদ্ৰ উদ্যোগ উন্নয়ন পৰিষদ, ইংৰাজীত Small Industries Development Council চমুকৈ SIDCO ৰ উদ্যোগত আজি লখিমপুৰৰ চিয়াজুলিত বৃক্ষৰোপন কাৰ্যসূচীৰ লগতে এখনি সজাগতা সভা অনুষ্ঠিত হয়। চিয়াজুলি […]
লখিমপুৰ লীলাবাৰী কটকপুৰ এল পি স্কুলৰ সহ শিক্ষয়িত্ৰী চয়নিকা পেগু দলে, ৰ আকস্মিক বিয়োগ।
লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ শিক্ষাখণ্ডৰ লীলাবাৰী কটকপুৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী চয়নিকা পেগু দলে(৩১)ৰ আকস্মিক বিয়োগৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ২৮ ছেপ্টেম্বৰত […]
লখিমপুৰৰ চিয়াজুলী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সন্মিলনীৰ অন্তৰ্গত শিক্ষক শিক্ষয়িত্ৰী সকলৰ উচ্চ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা
লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ চিয়াজুলি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি সন্মিলনীৰ অন্তৰ্ভুক্ত শিক্ষক শিক্ষয়িত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত […]
লখিমপুৰ বগীনদীৰ বিশিষ্ট লেখক সাহিত্যিক তথা নৈপৰীয়া কবি কলেশ্বৰ নৰহলৈ মানৱ সম্পদ বিকাশ মঞ্চৰ মানৱ দৰদী বটাঁ ।
লখিমপুৰ বগীনদীৰ এগৰাকী উদীয়মান লেখক সাহিত্যিক তথা নৈপৰীয়া কবি হিচাপে পৰিচিত শিক্ষক কলেশ্বৰ নৰহলৈ মানৱ সম্পদ বিকাশ মঞ্চই আগবঢ়াইছে মানৱ দৰদী বটাঁ। এই কথা শিক্ষক […]
প্ৰেছ ইনফৰ্মেচন ব্যুৰো, ৰ উদ্যোগত লখিমপুৰত, নিচামুক্ত ভাৰত, পোষণ অভিযান, ৰ বাৰ্তা শীৰ্ষক সাংবাদিক কৰ্মশালা সম্পন্ন।
প্ৰেছ ইনফৰ্মেচন ব্যুৰো গুৱাহাটী ৰ উদ্যোগত বাৰ্তা শীৰ্ষক কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ সাংবাদিক সকলক লৈ অনুষ্ঠিত হয় এই কৰ্মশালা। জিলাৰ আৱৰ্ত ভৱনৰ পেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাৰ […]
পাঁচদিনৰ অন্তত লখিমপুৰৰ সোৱনশিৰি নৈৰ ঘাগৰ ঘাটৰ পৰা সন্ধানহীন হোৱা দুই ভাতৃৰ ভিতৰৰ এজনৰ মৃতদেহ উদ্ধাৰ।
সম্পূৰ্ণ পাঁচদিনৰ অন্তত আজি সোৱনশিৰি নৈৰ ঘাগৰ ঘাটৰ পৰা সন্ধানহীন হোৱা দুই ভাতৃৰ ভিতৰৰ এজনৰ মৃতদেহ উদ্ধাৰ হৈছে। লখিমপুৰ জিলাৰ মাহৰা চমুৱা গাঁৱৰ দুই ভাতৃ […]
লখিমপুৰ বগীনদীৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন।
অসম তথা অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী সমগ্ৰ অসমজুৰি বিভিন্ন দল সংগঠন, সংস্থা, অনুষ্ঠান প্ৰতিষ্ঠান সমুহে পালন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন […]
বগীনদী আৰক্ষীৰ সফল অভিযান, মাজনিশা ছটাকৈ চোৰাং গৰু ভৰ্তি এখন বাহন সহ গ্ৰেপ্তাৰ কৰিলে এজন সৰবৰাহকাৰীক
কালি মাজনিশা লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীয়ে অভিযান চলাই এখন বাহনত ভৰি, মুখ বান্ধি কঢ়িয়াই অনা ছটাকৈ গৰু বাহনৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীৰ এই […]
