লখিমপুৰৰ চিয়াজুলিত বনৰীয়া হাতীৰ উপদ্ৰব, নিশা দীৰ্ঘা নাহৰবাৰীত দুজন লোকৰ বাৰীত সোমাই ভাঙি খাই তহিলং কৰিলে তামোল, কলগছ

লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত চিয়াজুলিৰ দীৰ্ঘা নাহৰবাৰীত পুনৰ আৰম্ভ হৈছে বনৰীয়া হাতীৰ উপদ্ৰব। জানিব পৰা মতে, কালি নিশা কাকৈ […]

দেশীয় সুৰাৰ বিপণীত বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা, বগীনদী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।

নামতহে দেশীয় সুৰাৰ বিপণী, কামত কিন্তু বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা! এনে কাৰ্য্য চলি আছিল বগীনদীৰ হৰিয়নী গাঁৱত। লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত হৰিয়নী […]

লখিমপুৰ চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওৰ প্ৰথমগৰাকী ভাৰতীয় সেনা জোৱান ৰাজেশ উপাধ্যায়ক উষ্ম আদৰণি।

প্ৰশিক্ষণ সামৰি স্বগৃহলৈ উভতি অহা দীৰ্ঘা মাজ গাঁওৰ যুৱক তথা সীমান্ত সুৰক্ষা বাহিনীৰ সৈনিক ৰাজেশ উপাধ্যায়ক উষ্ম আদৰণি জনায় গাঁওখনৰ ৰাইজৰ লগতে আত্মীয় স্বজন মিতিৰ […]

চুতীয়া উন্নয়ণ পৰিষদত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশনেৰে প্ৰতিবাদ কৰি সফল হোৱা কুণ্ডিল সেনা অসমৰ কেন্দ্ৰীয় নেতৃত্বক লখিমপুৰৰ বগীনদীত আদৰণি।

চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন হোৱা চুতীয়া উন্নয়ণ পৰিষদত বিগত দিনসমূহত সংঘটিত সংঘটিত বিয়াগোম দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰা […]

অবৈধ চুলাই মদৰ বিৰূদ্ধে বগীনদী আৰক্ষীৰ অভিযান, কদম গোহাঁই গাঁও, চিয়াজুলি দীৰ্ঘা মাজ গাঁওত অভিযান চলাই উচ্ছেদ কৰিলে কেইবাটাও চুলাই ভাতী, নষ্ট কৰিলে কেইবাশ লিটাৰ অবৈধ দেশী মদ ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম গোহাঁই গাঁও আৰু চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওত আজি অবৈধ চুলাই মদৰ বিৰূদ্ধে অভিযান চলাই, কেইবাটাও চুলাই ভাতী উচ্ছেদ […]

বগীনদী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদীৰ গোৰ্খা ভৱনত ছাফাই অভিযান, গছপুলি ৰোপণ

গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদী আঞ্চলিক সমিতিৰ উদ্যোগত আজি বগীনদীৰ গোৰ্খা ভৱনত ছাফাই অভিযান চলোৱাৰ লগতে, ভৱন চৌহদত গছপুলি ৰোপণ কৰে। বগীনদী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ […]

শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষত জাতীয় বিদ্যালয় কদমত দিহানাম প্ৰতিযোগিতা

শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষত জাতীয় বিদ্যালয় কদমত আজি ছাত্ৰী সকলৰ মাজত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত এই প্ৰতিযোগিতাত পঞ্চম শ্ৰেণীৰ […]

বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ গাণনিক চন্দ্ৰনাথ কোঁৱৰক বিদায় সম্বৰ্ধনা

লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ড কাৰ্যলয়ৰ বদলি হৈ যোৱা গাণনিক চন্দ্ৰনাথ কোঁৱৰক আজি কাৰ্যলয়ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যলয়ত […]

লখিমপুৰৰ বগীনদী দৈনিক বজাৰত চোৰৰ সন্ত্ৰাস, একেনিশাতে পাঁচখন দোকানত চুৰিকাণ্ড সংঘটিত কৰি লুটি নিলে লক্ষাধিক টকাৰ সা সামগ্ৰী।

লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ড কাৰ্যলয়ৰ বদলি হৈ যোৱা গাণনিক চন্দ্ৰনাথ কোঁৱৰক আজি কাৰ্যলয়ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যলয়ত […]

টি এম এম কে, ৰ কেন্দ্ৰীয় উপ সভানেত্ৰী মমতা দলে, ৰ মৃত্যুত লখিমপুৰ বগীনদীত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

টি এম এম কে, ৰ কেন্দ্ৰীয় উপ সভানেত্ৰী তথা মিছিং স্বায়ত্ত পৰিষদৰ ২৫ নং ডিক্ৰং সমষ্টিৰ পৰা নিৰ্বাচিত প্ৰথমগৰাকী মহিলা সদস্যা তথা মিছিং জাতীয় সংগঠনৰ […]

BP NEWS Live
Logo Monday, 9 November 2026
Login / Register