লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত চলিছে চোৰাং কাঠৰ মুকলি বেহা।

লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ বিভিন্ন প্ৰান্তত চলিছে, অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা। চোৰাং কাঠৰ এই ৰমৰমীয়া বেহাৰ ফলত সংমণ্ডলৰ অধীনৰ বনাঞ্চলৰ লগতে বিভিন্ন প্ৰান্তত […]

লখিমপুৰৰ বধাকৰাত সোৱনশিৰি নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰাত, সোৱনশিৰি নদীত গা ধুবলৈ গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে এজন নৱম শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন ছাত্ৰজন বধাকৰা কাছিকটাৰ ৰাইফল […]

শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা, অসম সৌৰভ বঁটাপ্ৰাপক লখিমপুৰ চিয়াজুলিৰ জীয়ৰী ডঃ পূৰবী শইকীয়াক লখিমপুৰ বিশ্ববিদ্যালয়ৰ সঞ্চালনা সমিতি তথা পৰামৰ্শদাতা সমিতিৰ সদস্যৰূপে নিৰ্বাচন ৰাজ্যপালৰ

বিজ্ঞানৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় সৰ্বোচ্চ সন্মান বঁটা শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা আৰু অসম সৌৰভ বঁটাৰে সন্মানিত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা লখিমপুৰ চিয়াজুলিৰ জীয়ৰী ডঃ […]

লখিমপুৰৰ উত্তৰ লখিমপুৰ ৰেলৱে হাইস্কুলত ১৫ দিনীয়া খোল বাদন আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি।

খোল বিদ্যাপীঠ, লখিমপুৰৰ উদ্যোগত উত্তৰ লখিমপুৰ ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ১৭ জুলাই, পৰা ৩১ জুলাই লৈকে অনুষ্ঠিত ১৫ দিনীয়া খোলবাদ্য আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ […]

লখিমপুৰ জিলা কৃষি বিভাগৰ সুলভ মূল্যত কৃষকসকলক ৰাসায়নিক সাৰ বিক্ৰীৰ বাবে কিউ আৰ কোড আনুষ্ঠানিক ভাৱে মুকলি।

লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি কৃষক সকলক পোনপটীয়াকৈ চৰকাৰী ভাৱে ৰাসায়নিক সাৰ বিক্ৰীৰ বাবে ধনৰ লেনদেনৰ বাবে প্ৰয়োজনীয় কিউ আৰ কোড আনুষ্ঠানিক ভাৱে মুকলি […]

মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য্য পূঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান লখিমপুৰ চিয়াজুলি বাগান গাঁৱৰ বিউটি মুনমী মহন্তৰ।

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰি পৰ্যাপ্ত হাৰত তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰী সাহায্য পুঁজিত দান-বৰঙণি আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ডঃ […]

স্মাৰ্ট মিটাৰৰ নামত চিয়াজুলিত গ্ৰাহকক লুণ্ঠন এপিডিচিএলৰ

:স্মাৰ্ট মিটাৰৰ নামত সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ মুৰত অত্যাধিক বিদ্যুৎ বিল জাপি দি লুণ্ঠন চলোৱা এপিডিচিএলে, স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ গ্ৰাহকৰ মুৰত ৰাম টাঙোন শোধোৱা কোনো […]

সংস্কৃত ভাৰতীৰ লখিমপুৰ জিলা শাখাৰ উদ্যোগত বগীনদী নগৰ হাইস্কুলত সাতদিনীয়া সংস্কৃত ভাষাবোধন বৰ্গৰ সফল সামৰণি পৰিল।

সংস্কৃত ভাৰতী লখিমপুৰ জিলা শাখাৰ উদ্যোগত লখিমপুৰ জিলাৰ বগীনদী নগৰ হাইস্কুলত অনুষ্ঠিত হোৱা ৭ দিনীয়া ‘সংস্কৃত ভাষাবোধন বৰ্গ’ৰ কালি সফল সামৰণি পৰে। ২৪ জুলাইৰ পৰা […]

ভাৰতীয় গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা, পদ্মশ্ৰী গীতা উপাধ্যায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বানত মৃত্যু হোৱা লোকৰ আত্মাৰ সদগতিৰ অৰ্থে মৌন প্ৰাৰ্থনা

ভাৰতীয় গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহ সভা আজি বগীনদীৰ গোৰ্খা ভৱনত অনুষ্ঠিত হয়। গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত […]

চিয়াজুলিৰ বিশিষ্ট ব্যৱসায়ী প্ৰেমলাল চাহুৰ মৃত্যু, বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ

লখিমপুৰ জিলাৰ চিয়াজুলি চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী তথা সুলভ মূল্যৰ দোকানী প্ৰেমলাল চাহুৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত সমগ্ৰ চিয়াজুলি অঞ্চলতে শোকৰ ছাঁ পৰিছে। দীৰ্ঘদিন ধৰি বিভিন্ন […]

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register