লখিমপুৰ চিয়াজুলি দীৰ্ঘা মাজ গাঁওত দূৰ্গা পূজা উদযাপন সমিতি গঠন

চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওত দূৰ্গা পূজা উদযাপন সমিতি গঠন
লখিমপুৰ জিলাৰ চিয়াজুলি দীৰ্ঘা মাজ গাঁওত আজি সমাগত শাৰদীয় উৎসৱ, দূৰ্গা পূজা উদযাপনৰ উদ্দেশ্যত উদযাপন সমিতি গঠন কৰা হয়। দীৰ্ঘা মাজ গাঁও স্থিত ৰাধাকৃষ্ণ মন্দিৰত অনুষ্ঠিত ৰাজহুৱা সভাত এই বৰ্ষৰ পূজা উদযাপন কৰিবলৈ নতুন সমিতি গঠন কৰা হয়। পাঁচ বছৰ গৰকা দীৰ্ঘা মাজ গাঁও দূৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি অনন্ত গৌতমৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাৰ আঁত ধৰে সম্পাদক ৰাজু ছেত্ৰীয়ে। এই সভাতেই সমাগত দূৰ্গা পূজা উদযাপন উপলক্ষে কৃষ্ণ উপাধ্যায়ক সভাপতি আৰু অনিল বিশ্বকৰ্মাক সম্পাদক হিচাপে লৈ নতুন উদযাপন সমিতি গঠন কৰা হয়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register