ডিব্ৰুগড়ৰ শ্ৰী শনি মন্দিৰত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, জ্যোতি ললিতা কানোই ফাউণ্ডেশ্যনৰ জনসেৱামূলক পদক্ষেপ!

ডিব্ৰুগড়ৰ শ্ৰী শনি মন্দিৰত ভক্ত আৰু স্থানীয় ৰাইজৰ সুবিধাৰ্থে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা স্থাপন কৰিলে জ্যোতি ললিতা কানোই ফাউণ্ডেশ্যনে। গুৰুজী শ্ৰী শ্ৰী ৰবিশংকৰৰ আশীৰ্বাদত স্থাপন কৰা […]

ডিব্ৰুগড় জিলা AJYCPৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত, ভকত-বৈষ্ণৱৰ আশীৰ্বাদেৰে লাইখুটা স্থাপন!

ডিব্ৰুগড় জিলা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চমুকৈ AJYCPৰ আগন্তুক দ্বি-বাৰ্ষিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। অধিৱেশনখনৰ শুভাৰম্ভৰ প্ৰাকক্ষণত ভকত-বৈষ্ণৱৰ আশীৰ্বাদ আৰু ধৰ্মীয় পৰম্পৰাৰে লাইখুটা […]

ডিব্ৰুগড়ত ময়ুৰী দাসলৈ সন্মানীয় ‘গুৰু গৌৰৱ সন্মান বঁটা ২.০’!

শিক্ষা আৰু সমাজলৈ আগবঢ়োৱা মূল্যৱান অৱদানৰ স্বীকৃতিস্বৰূপে ডিব্ৰুগড়ত ময়ুৰী দাসক প্ৰদান কৰা হয় সন্মানীয় ‘গুৰু গৌৰৱ সন্মান বঁটা ২.০’। বাইটাক্ৰম গ্ৰুপৰ উদ্যোগত ডিব্ৰুগড়ৰ ডি এইচ […]

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ব ঐতিহাসিক জলপথ বাণিজ্য!

বগীবিল টাৰ্মিনেলৰ পৰা বাংলাদেশ অভিমুখে যাব কাৰ্গো জাহাজ—প্ৰেৰণ কৰা হ’ব ১,০৮০ টন মিথানল দীৰ্ঘ কেইবা দশকৰ পিছত ডিব্ৰুগড়ৰ সৈতে পুনৰ সংযোগ স্থাপন হ’ব ঐতিহাসিক অন্তঃদেশীয় […]

ছাত্ৰক ভাবুকি দিয়াৰ অভিযোগত সাধাৰণ সম্পাদকৰ বিৰুদ্ধে প্ৰতিবাদ!

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভাইৰেল কল ৰেকৰ্ডিংক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। এগৰাকী ছাত্ৰক ভাবুকি প্ৰদান কৰাৰ অভিযোগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে প্ৰতিবাদ […]

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উলহ-মালহেৰে ৫৫ সংখ্যক জিলা প্ৰতিষ্ঠা দিৱস উদযাপন!

উলহ-মালহ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰা হ’ল ডিব্ৰুগড় জিলাৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীত জিলাখনৰ গৌৰৱময় অতীত, […]

ডিব্ৰুগড়ত আৰক্ষীৰ জিম্মাত থকা মহম্মদ নিছাদ হুছেইনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু!

ডিব্ৰুগড়ত আৰক্ষীৰ জিম্মাত থকা ৩৪ বছৰীয়া মহম্মদ নিছাদ হুছেইনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ নিৰ্যাতনৰ ফলতে নিছাদ হুছেইনৰ মৃত্যু হোৱা […]

জকাইত গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলাল চোৰ!

উলোম পথাৰত ৰাইজৰ ৰোষ—চূৰমাৰ কৰিলে মাৰুতি চুইফট, আৰক্ষীয়ে জব্দ কৰিলে বাহন ডিব্ৰুগড়ৰ জকাইত গৰু চুৰিৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। গৰু চুৰি কৰিবলৈ অহা […]

ডিব্ৰুগড়ৰ চাউলখোৱা ৰে’লৱে ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, ঘটনাস্থলীত ৰে’লৱে আৰক্ষীৰ তদন্ত.. ডিব্ৰুগড়ৰ চাউলখোৱা ৰে’লৱে ষ্টেচনত উদ্ধাৰ হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি […]

অৰুণাচলৰ কেঁচা চাহপাত নে অসমৰ চাহ উদ্যোগলৈ সংকট?

তিনিচুকীয়া-ডিব্ৰুগড়ত কেঁচা চাহপাতৰ দামৰ বৃহৎ তাৰতম্য কিয়? NOCক লৈও উত্থাপিত প্ৰশ্ন অৰুণাচল প্ৰদেশৰ পৰা অহা কেঁচা চাহপাতক কেন্দ্ৰ কৰি অসমৰ চাহ উদ্যোগত সৃষ্টি হৈছে নতুন […]

BP NEWS Live
Logo Tuesday, 20 October 2026
Login / Register