আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি মণ্ডলৰ চামগুৰিস্থিত পৰিদৰ্শন বাংলোত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰোঁ।
সভাত আগন্তুক উপ-নিৰ্বাচনৰ প্ৰস্তুতি, সাংগঠনিক দিশ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।
উক্ত সভাত আমাৰ সৈতে উপস্থিত থাকে চামগুৰি মণ্ডলৰ মাননীয় পঞ্চায়ত সভাপতিসকল, আঞ্চলিক পঞ্চায়তৰ মাননীয় সদস্যসকল, চামগুৰি মণ্ডলৰ বিষয়ববীয়াসকল, মৰ্চাৰ সভাপতি তথা দলৰ কাৰ্যকৰ্তাসকল।
