সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি তথা ৰহাৰ জ্যেষ্ঠ সাংবাদিক পংকজ বৰাৰ আকস্মিক বিয়োগৰ বাতৰিয়ে গভীৰভাৱে মৰ্মাহত কৰিছে।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি তথা ৰহাৰ জ্যেষ্ঠ সাংবাদিক পংকজ বৰাৰ আকস্মিক বিয়োগৰ বাতৰিয়ে গভীৰভাৱে মৰ্মাহত কৰিছে।   তেখেতৰ বিয়োগে ৰহাৰ […]

নগাঁও লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আৰু উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। গণতন্ত্ৰৰ এই উৎসৱত নগাঁও লোকসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰক শক্তিশালী কৰাত অংশীদাৰ হ’বলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ।

নগাঁও লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আৰু উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে    গণতন্ত্ৰৰ এই উৎসৱত নগাঁও লোকসভা সমষ্টিৰ […]

আলোচনাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা শ্ৰীযুত অনুপ বৰ্মন আৰু প্ৰট’কল কোষৰ আহ্বায়ক শ্ৰীযুত অভিজিত কলিতা উপস্থিত থাকে।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক (সংগঠন) শ্ৰীযুত জি.ৰবীন্দ্ৰ ৰাজু  আজি সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হওঁ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন […]

ৰহা সমষ্টিৰ কচুৱাৰ ৰজাআলিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিযুশ হাজৰিকা

ৰহা সমষ্টিৰ কচুৱাৰ ৰজাআলিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিযুশ হাজৰিকা ৯ নং নগাঁও লোকসভাৰ উপ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে তুংগত উঠিছে নিৰ্বাচনী […]

আজি ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজান মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আগন্তুক নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাননীয় শিৱামনি বৰা 

আজি ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজান মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আগন্তুক নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাননীয় শিৱামনি বৰা  নিৰ্বাচনী সভাত উপস্থিত থাকে অসম প্ৰদেশ […]

নগাঁও লোকসভা সমষ্টিৰ এন ডি এ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা  সমৰ্থনত আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পিযুষ হাজৰীকা উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাখনত ৰাইজে যি উদ্দীপনা আৰু সহযোগিতাৰে অংশগ্ৰহণ কৰিলে, সেই অনুভৱ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰিম। 

মণিপুৰটুপ ভকতগাঁও আঞ্চলিক খেলপথাৰত ৰাইজৰ স্নেহ আৰু আন্তৰিকতাই হৃদয় গভীৰভাৱে স্পৰ্শ কৰিলে।    নগাঁও লোকসভা সমষ্টিৰ এন ডি এ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা  সমৰ্থনত […]

আগন্তুক ৬ অক্টোবৰত অনুষ্ঠিত হবলগীয়া নগাঁও লোকসভা উপ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা  হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা ৩ অক্টোবৰ, শনিবাৰে পুৱা ১১ বজাত আহি চিঙাৰি খেলপথাৰত উপস্থিত হব ।

আগন্তুক ৬ অক্টোবৰত অনুষ্ঠিত হবলগীয়া নগাঁও লোকসভা উপ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা  হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব […]

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী ৰণকৌশল, সাংগঠনিক প্ৰস্তুতি আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আজি ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ বৈঠকত উপস্থিত থাকোঁ। 

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী ৰণকৌশল, সাংগঠনিক প্ৰস্তুতি আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আজি ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত নিৰ্বাচন প্ৰৱন্ধন […]

কামপুৰ ক্ৰীড়া সন্থা উদ্যোগত স্বৰ্গীয় যুগল প্ৰসাদ গোস্বামীদেৱৰ পৱিত্ৰ স্মৃতিত আয়োজিত আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনি আজি তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

কামপুৰ ক্ৰীড়া সন্থা উদ্যোগত স্বৰ্গীয় যুগল প্ৰসাদ গোস্বামীদেৱৰ পৱিত্ৰ স্মৃতিত আয়োজিত আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনি আজি তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে […]

কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত  চেগুন বাগান খেল পথাৰত বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ মহাৰণ । আজিৰ খেলখন উদ্ধোধন কৰে কচুৱা মডেৰ হস্পিতাল চিকিৎসাক ডাঃ বদৰুল ইছলাম লগতে শিক্ষক আলী আকাব্বৰ ।

কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত  চেগুন বাগান খেল পথাৰত বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ মহাৰণ । আজিৰ খেলখন উদ্ধোধন কৰে কচুৱা মডেৰ হস্পিতাল চিকিৎসাক ডাঃ বদৰুল […]

BP NEWS Live
Logo Thursday, 8 October 2026
Login / Register