এই জনাদেশ কেৱল বিজয়ৰ আনন্দ নহয়, ই ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ এক বৃহৎ দায়িত্ব। নগাঁৱৰ উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে এই বিশ্বাসক সাৰোগত কৰি আমি আগবাঢ়ি যাম।

বেলটতো পদুম, ই ভি এমতো পদুম 🪷

নগাঁও লোকসভা উপ-নিৰ্বাচনত NDAৰ ঐতিহাসিক বিজয়ে পুনৰবাৰ প্ৰমাণ কৰিলে যে উন্নয়ন, সু-শাসন আৰু জনকল্যাণৰ প্ৰতি ৰাইজৰ আস্থা অটুট আছে।

এই গৌৰৱময় বিজয়ৰ বাবে মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত নিৰন্তৰ জনসেৱা আৰু উন্নয়নৰ যাত্ৰাত বিশ্বাস প্ৰকাশ কৰা নগাঁৱৰ প্ৰতিগৰাকী ৰাইজলৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা।

  • এই জনাদেশ কেৱল বিজয়ৰ আনন্দ নহয়, ই ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ এক বৃহৎ দায়িত্ব। নগাঁৱৰ উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে এই বিশ্বাসক সাৰোগত কৰি আমি আগবাঢ়ি যাম।

ৰাইজৰ আশীৰ্বাদেই আমাৰ শক্তি, ৰাইজৰ বিশ্বাসেই আমাৰ প্ৰেৰণা…

 

Leave a Reply

BP NEWS Live
Logo Monday, 12 October 2026
Login / Register