ৰহা সমষ্টিৰ কচুৱাৰ ৰজাআলিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিযুশ হাজৰিকা

Oplus_16908288

ৰহা সমষ্টিৰ কচুৱাৰ ৰজাআলিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিযুশ হাজৰিকা ৯ নং নগাঁও লোকসভাৰ উপ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সংখ্যালঘু অধ্যুষিত এলেকাত কংগ্ৰেছ -এ আই ইউ ডি এফৰ সমান্তৰালকৈ বিজেপি দলেও নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। ৰহা বিধানসভাৰ অন্তৰ্গত কচুৱাৰ ৰজাআলিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহন কৰি মন্ত্ৰী পিয়োশ হাজৰিকাই গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰাৰ লগতে আজমলক ৰাজনীতিৰ পৰা বিৰত থাকি জিৰনী লবৰ বাবে আহ্বান জনায়।জন সমূদ্ৰত পৰিণত হোৱা সভাখনত বিধায়ক শশীকান্ত দাসে উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি সভাত উপস্থিত থকা ভোটাৰ ৰাইজক বিজেপি দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়।

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register