ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক (সংগঠন) শ্ৰীযুত জি.ৰবীন্দ্ৰ ৰাজু আজি সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হওঁ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰোঁ ৷
এই আলোচনাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা শ্ৰীযুত অনুপ বৰ্মন আৰু প্ৰট’কল কোষৰ আহ্বায়ক শ্ৰীযুত অভিজিত কলিতা উপস্থিত থাকে।
