সমাগত ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও বটদ্ৰৱা সমষ্টিৰ ভোটাই পাথৰি মণ্ডলৰ ভোটাইআটি ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দেৱাশিষ শৰ্মা

সমাগত ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও বটদ্ৰৱা সমষ্টিৰ ভোটাই পাথৰি মণ্ডলৰ ভোটাইআটি ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দেৱাশিষ শৰ্মা হৈ অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰো। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ এন ডি এৰ মনোনীত প্ৰাৰ্থী দেৱাশিষ শৰ্মা  উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাখনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস পৰিলক্ষিত কৰি অভিভূত হৈ পৰো।
লগতে নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভোটাইপাথৰি মণ্ডলৰ বেঙেনাআটি পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টোৰ আনুষ্ঠানিক ভাৱে মুকলি কৰো।
সমগ্ৰ কাৰ্যসূচীত ভোটাৰ ৰাইজৰ অকুণ্ঠ সহাঁৰি আৰু সমৰ্থনে প্ৰমাণ কৰিছে আমাৰ দলৰ প্ৰাৰ্থী গৰাকীৰ বিজয় সুনিশ্চিত।

 

Leave a Reply

BP NEWS Live
Logo Thursday, 24 September 2026
Login / Register