নগাঁও পুৰণিগুদাম ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা
বাহনৰ ভিতৰতে অগ্নিদগ্ধ গৈ মৃত্যু ৩ জনৰ, আহত দুজন
অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন
ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত দুর্ঘটনা
দুর্ঘটনাগ্রস্ত KIA বাহনখনৰ নম্বৰ AR 01 W5107
