শিৱসাগৰ জিলাৰ ডিমৌত জঘন্য কাণ্ড

“শিৱসাগৰৰ ডিমৌত সংঘটিত হৈছে এক জঘন্য আৰু চাঞ্চল্যকৰ ঘটনা। দশম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক অপহৰণ কৰি অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
​এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো সম্পৰ্কত আৰক্ষীয়ে তীব্ৰ তদন্ত অব্যাহত ৰাখিছে।”

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register