আজি সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ লাহৰীঘাট বিধান সভা সমষ্টিৰ লেহপতি গাঁও পঞ্চায়তৰ দুগৰাকী সদস্য সহ ৩০ গৰাকীতকৈও অধিক কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে আমাৰ দলত যোগদান কৰে। আমি আটাইকে ভাৰতীয় জনতা পাৰ্টি পৰিয়াললৈ উষ্ম আদৰণি জনাইছোঁ। আমাৰ দলৰ প্ৰতি ৰাইজৰ এই সহাঁৰি আৰু সমৰ্থন আমাৰ বাবে সঁচাকৈয়ে আশীৰ্বাদ। জনতা-জনাৰ্দনৰ কল্যাণ আৰু বিকাশৰ বাবে সদায়েই আন্তৰিকতাৰে চেষ্টা কৰি আহিছোঁ। অনাগত সময়তো প্ৰতিগৰাকী নাগৰিকৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাবলৈ আমি সংকল্পবদ্ধ। আজিৰ এই সময়ছোৱাত আমাৰ সৈতে মাননীয় বিধায়ক শ্ৰীমানৱ ডেকা আৰু প্ৰদেশ বিজেপিৰ কৃষক মৰ্চাৰ সভাপতি শ্ৰীপংকজ বৰবৰা উপস্থিত থাকে।
আজি সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ
