আজি ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজান মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আগন্তুক নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাননীয় শিৱামনি বৰা 

আজি ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজান মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আগন্তুক নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাননীয় শিৱামনি বৰা  নিৰ্বাচনী সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভাৰ সাংসদ , বিৰোধী দলৰ উপ দলপতি মাননীয় শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক মাননীয় মনোজ চৌহান পৰ্বতযোৰা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলাম শ্বেখ , জিলা সভানেত্ৰী শ্ৰীমতী ৰুনুমনি বৰা পৰ্যবেক্ষক আৰমান আলি ডাঙৰীয়া আৰু অনান্য প্ৰদেশ কংগ্ৰেছ,জিলা কংগ্ৰেছ,ব্লক কংগ্ৰেছ আৰু মণ্ডল ও বুথ কমিটিৰ নেতৃবৃন্দ।

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register