নগাঁও লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আৰু উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। গণতন্ত্ৰৰ এই উৎসৱত নগাঁও লোকসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰক শক্তিশালী কৰাত অংশীদাৰ হ’বলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ।

নগাঁও লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আৰু উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে 

 

গণতন্ত্ৰৰ এই উৎসৱত নগাঁও লোকসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰক শক্তিশালী কৰাত অংশীদাৰ হ’বলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ।

Leave a Reply

BP NEWS Live
Logo Thursday, 8 October 2026
Login / Register