আগন্তুক ৬ অক্টোবৰত অনুষ্ঠিত হবলগীয়া নগাঁও লোকসভা উপ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা ৩ অক্টোবৰ, শনিবাৰে পুৱা ১১ বজাত আহি চিঙাৰি খেলপথাৰত উপস্থিত হব ।
মুখ্যমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ বাবে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু আমিবোৰে যোৱাকালি আৰু আজি দুদিনীয়াকৈ মাৰাথন বৈঠকত অংশগ্ৰহণ কৰি পৰিকল্পনা যুগুত কৰো। আশা ৰাখিছোঁ যে কাইলৈ সুন্দৰকৈ সভা অনুষ্ঠিত হব, হাজাৰ হাজাৰ লোক উপস্থিত হৈ মুখ্যমন্ত্ৰী লৈ সহাঁৰি আগবঢ়াব ।
সমূহ ৰাইজক দিনৰ ১১ বজাত সভাস্থলীত উপস্থিত হৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা ডাঙৰীয়াক আশীষ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ ।
