🙏 বিজেপি পৰিয়াললৈ উষ্ম আদৰণি 🙏
📍 মোৱামাৰী গাঁও পঞ্চায়তৰ ১৭০ নং বুথ
ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ, সবল নেতৃত্ব আৰু “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস” মূলমন্ত্ৰৰ প্ৰতি আকৰ্ষিত হৈ মোৱামাৰী গাঁও পঞ্চায়তৰ ১৭০ নং বুথৰ কংগ্ৰেছ দলৰ বহু সক্ৰিয় সদস্যই কংগ্ৰেছ দল ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
এই বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থাকে চামগুৰি মণ্ডলৰ সভাপতি শ্ৰদ্ধাৰ Ariful Kalam ১৭০ নং বুথৰ সভাপতি হাছান আলী , দলৰ বিভিন্ন দায়িত্বত থকা সন্মানীয় বিষয়ববীয়া আৰু দলীয় সতীৰ্থসকল।
বিজেপিৰ বৃহৎ পৰিয়াললৈ নৱাগত সকলো সতীৰ্থক আন্তৰিক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🙏
মোৱামাৰী গাঁও পঞ্চায়তৰ ১৭০ নং বুথত কংগ্ৰেছ মুক্তিৰ নতুন অধ্যায়।
