সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি ৰাইজৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপৰ মাধ্যমেৰে প্ৰতিটো প্ৰত্যাশা আৰু প্ৰত্যাহ্বানৰ বুজ লোৱাৰ চেষ্টা কৰিছোঁ।

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি ৰাইজৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপৰ মাধ্যমেৰে প্ৰতিটো প্ৰত্যাশা আৰু প্ৰত্যাহ্বানৰ বুজ লোৱাৰ চেষ্টা কৰিছোঁ। আজিও লাহৰীঘাট বিধান সভা সমষ্টিৰ শনি চৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি উপস্থিত জনতা-জনাৰ্দনৰ আশীৰ্বাদ বিচাৰোঁ। আমাৰ মনোনীত প্ৰাৰ্থী শ্ৰীদেৱাশীষ শৰ্মা  এতিয়া সমাজৰ সৰ্বস্তৰৰ ৰাইজে সমৰ্থন আগবঢ়াইছে। আমিও ৰাইজৰ স্বাৰ্থত প্ৰতিক্ষণ সমৰ্পিত হৈ থাকিবলৈ প্ৰতিজ্ঞাবদ্ধ। আজিৰ এই সময়ছোৱাত আমাৰ সৈতে প্ৰদেশ বিজেপিৰ  সম্পাদক শ্ৰীৰাতুল শৰ্মা , বিধায়ক শ্ৰীহিমাংশু শেখৰ বৈশ্য  আৰু মৰিগাঁও জিলা বিজেপিৰ সভাপতি শ্ৰীৰাম প্ৰসাদ সৰকাৰ ও উপস্থিত থাকে।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register