আজি কান্দুলীমাৰী, লহকৰঘাট আৰু নিজ ধিং গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই অতিকৈ আনন্দিত হ’লোঁ।

ধিংবাসীৰ নিভাঁজ মৰম ❤️🙏

আজি কান্দুলীমাৰী, লহকৰঘাট আৰু নিজ ধিং গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই অতিকৈ আনন্দিত হ’লোঁ।

ৰাইজৰ পাৰভঙা উৎসাহ আৰু আমাৰ প্ৰতি থকা বিপুল সঁহাৰি দেখি সঁচাকৈয়ে অভিভূত হ’লোঁ। আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদেই আমাৰ শক্তি।

আগন্তুক দিনত নগাঁও লোকসভা সমষ্টিক এখন সমৃদ্ধিশালী সমষ্টি ৰূপে গঢ়ি তুলিবলৈ আমি বদ্ধপৰিকৰ।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register