আজি চামগুৰি মণ্ডল বিজেপিৰ উদ্যোগত কাছখাইটী খেলপথাৰত অনুষ্ঠিত বৃহৎ যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰোঁ।

আজি চামগুৰি মণ্ডল বিজেপিৰ উদ্যোগত কাছখাইটী খেলপথাৰত অনুষ্ঠিত বৃহৎ যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰোঁ।

উক্ত সভাতে বিভিন্ন দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ প্ৰতি আস্থা প্ৰকাশ কৰি বহু সংখ্যক লোকে বিজেপিত যোগদান কৰে। নৱাগত প্ৰতিগৰাকী সতীৰ্থক বিজেপি পৰিয়াললৈ আন্তৰিক স্বাগতম জনাইছোঁ। ৰাইজৰ এই আস্থা আৰু ভৰসাই আমাৰ শক্তি।

এই কাৰ্যসূচীত আমাৰ সৈতে উপস্থিত থাকে মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰীকা সতীৰ্থ বিধায়ক মানৱ ডেকা তথা বিজেপিৰ নিষ্ঠাবান কৰ্মকৰ্তাসকল।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register