লখিমপুৰৰ চিয়াজুলিত চাঞ্চল্যকৰ ঘটনা, ঘৰৰ পৰা খোজকাঢ়ি দীৰ্ঘা পথাৰলৈ ওলাই যোৱা এগৰাকী মহিলা মাত্ৰ চাৰি কিঃমিঃ দূৰত্বৰ ব্যৱধানত কালিৰে পৰা সন্ধানহীন হৈ আছে।

লখিমপুৰ চিয়াজুলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনাত লখিমপুৰৰ চিয়াজুলি ভংগাবিলৰ পৰা দীৰ্ঘা পথাৰলৈ খোজকাঢ়ি গৈ থকা পথৰ পৰাই কালিৰে পৰা সন্ধানহীন হৈ আছে […]

লালপানী কুলাবালি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক বিদায় সম্বৰ্ধনা ।

লখিমপুৰ জিলা শিক্ষা বিভাগৰ অধীনৰ তথা বগীনদীৰ লালপানী কুলাবালি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক আজি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। ১৯৮৫ […]

লখিমপুৰৰ চৰাইমৰীয়াত বগীনদী আৰক্ষীৰ অভিযানত ১১ টা চোৰাং গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত দুজনক আটক ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চৰাইমৰীয়াৰ পৰা কালি নিশা অভিযান চলাই ১১ টা চোৰাং গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত থকা […]

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল উপাধ্যায়, সম্পাদক হিমাংশু শৰ্মা নিৰ্বাচিত, বিভিন্ন দল সংগঠনৰ শুভেচ্ছা জ্ঞাপন।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ অধীনৰ বগীনদী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল উপাধ্যায় আৰু সাধাৰণ সম্পাদক হিচাপে হিমাংশু শৰ্মা নিৰ্বাচিত হৈছে। আজি […]

লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত চলিছে চোৰাং কাঠৰ মুকলি বেহা।

লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ বিভিন্ন প্ৰান্তত চলিছে, অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা। চোৰাং কাঠৰ এই ৰমৰমীয়া বেহাৰ ফলত সংমণ্ডলৰ অধীনৰ বনাঞ্চলৰ লগতে বিভিন্ন প্ৰান্তত […]

লখিমপুৰৰ বধাকৰাত সোৱনশিৰি নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰাত, সোৱনশিৰি নদীত গা ধুবলৈ গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে এজন নৱম শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন ছাত্ৰজন বধাকৰা কাছিকটাৰ ৰাইফল […]

শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা, অসম সৌৰভ বঁটাপ্ৰাপক লখিমপুৰ চিয়াজুলিৰ জীয়ৰী ডঃ পূৰবী শইকীয়াক লখিমপুৰ বিশ্ববিদ্যালয়ৰ সঞ্চালনা সমিতি তথা পৰামৰ্শদাতা সমিতিৰ সদস্যৰূপে নিৰ্বাচন ৰাজ্যপালৰ

বিজ্ঞানৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় সৰ্বোচ্চ সন্মান বঁটা শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা আৰু অসম সৌৰভ বঁটাৰে সন্মানিত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা লখিমপুৰ চিয়াজুলিৰ জীয়ৰী ডঃ […]

লখিমপুৰৰ উত্তৰ লখিমপুৰ ৰেলৱে হাইস্কুলত ১৫ দিনীয়া খোল বাদন আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি।

খোল বিদ্যাপীঠ, লখিমপুৰৰ উদ্যোগত উত্তৰ লখিমপুৰ ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ১৭ জুলাই, পৰা ৩১ জুলাই লৈকে অনুষ্ঠিত ১৫ দিনীয়া খোলবাদ্য আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ […]

লখিমপুৰ জিলা কৃষি বিভাগৰ সুলভ মূল্যত কৃষকসকলক ৰাসায়নিক সাৰ বিক্ৰীৰ বাবে কিউ আৰ কোড আনুষ্ঠানিক ভাৱে মুকলি।

লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি কৃষক সকলক পোনপটীয়াকৈ চৰকাৰী ভাৱে ৰাসায়নিক সাৰ বিক্ৰীৰ বাবে ধনৰ লেনদেনৰ বাবে প্ৰয়োজনীয় কিউ আৰ কোড আনুষ্ঠানিক ভাৱে মুকলি […]

মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য্য পূঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান লখিমপুৰ চিয়াজুলি বাগান গাঁৱৰ বিউটি মুনমী মহন্তৰ।

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰি পৰ্যাপ্ত হাৰত তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰী সাহায্য পুঁজিত দান-বৰঙণি আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ডঃ […]

BP NEWS Live
Logo Monday, 9 November 2026
Login / Register