বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ গাণনিক চন্দ্ৰনাথ কোঁৱৰক বিদায় সম্বৰ্ধনা

লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ড কাৰ্যলয়ৰ বদলি হৈ যোৱা গাণনিক চন্দ্ৰনাথ কোঁৱৰক আজি কাৰ্যলয়ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যলয়ত আনুষ্ঠানিক ভাৱে অনুষ্ঠিত বিদায়ী সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ দে, ই । কাৰ্যলয়ৰ কণিষ্ঠ অভিযন্তা ডিম্ব কুমাৰ দাসে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিদায়ী গাণনিকক কাৰ্যলয় তৰফৰ পৰা ফুলাম গামোচা, চেলেংচাদৰ আৰু অন্যান্য উপহাৰ প্ৰদান কৰি বিদায় জনাই।

Leave a Reply

BP NEWS Live
Logo Saturday, 3 October 2026
Login / Register