লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত চিয়াজুলিৰ দীৰ্ঘা নাহৰবাৰীত পুনৰ আৰম্ভ হৈছে বনৰীয়া হাতীৰ উপদ্ৰব। জানিব পৰা মতে, কালি নিশা কাকৈ বনখণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে দীৰ্ঘা নাহৰবাৰী গাঁৱত কেইবাগৰাকী লোকৰ বাৰীত জেওৰা ভাঙি সোমাই কলগছ, তামোল গছ, নাৰিকল গছ ভাঙি খাই তহিলং কৰাৰ লগতে সজাল ধৰা পথাৰৰ ধান খাই নষ্ট কৰে। হাতীয়ে গাঁৱখনৰ মাধৱ ছেত্ৰী আৰু সূৰ্য্য বাহাদুৰ ৰাইৰ বাৰীত সোমাই তামোল, কল, নাৰিকল গছ খাই ভাঙি তহিলং কৰাৰ লগতে গোপাল ছেত্ৰীৰ ধাননি পথাৰত সোমাই ধান খাই নষ্ট কৰে।
Related Posts
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ভেলেউগুৰী পঞ্চায়তৰ সাত নং ৱাৰ্ডৰ বানে ভঙা পথৰ মেৰামতি নোহোৱাত ৰাইজৰ দুৰ্ভোগ।
- Khairul Islam
- July 31, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ভেলেউগুৰী পঞ্চায়তৰ সাত নং ৱাৰ্ডৰ বানে ভঙা পথৰ মেৰামতি নোহোৱাত ৰাইজৰ দুৰ্ভোগ।পথৰ অভাৱত পানীত সাঁতুৰী […]
বাইহাটা চাৰিআলিত মুকলিকৈ তীৰখেলৰ বেহা
- Dulal deka
- August 2, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram বাইহাটা চাৰিআলিত তীৰ খেলৰ মুকলি বেহা অনলাইনত চলে দৈনিক হাজাৰ হাজাৰ টকাৰ খেল।কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ আটাইকেইটা অঞ্চলতে অগণন […]
আজিৰ পৰা বালিটুপ মাথাউৰিত ডাম্পাৰ চলাচল বন্ধ।
- Khairul Islam
- August 1, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বালিটুপ মাথাউৰি দুৰৱস্থাই জলাকলা খুৱাইছে পথচাৰিক। বালি ভৰ্তি ডাম্পাৰৰ চলাচলে যাতায়ত পথ বিধ্বস্ত। উপায়হীন […]
