বানাক্ৰান্ত ৰাইজৰ কাষত আমাৰ এটি ক্ষুদ্ৰ সহায়ৰ হাত ।‌

বানাক্ৰান্ত ৰাইজৰ কাষত আমাৰ এটি ক্ষুদ্ৰ সহায়ৰ হাত ।‌ আজি শিৱসাগৰ জিলাৰ চন্তক, বিহুবৰ, আদি অঞ্চলত আমি Nagaon Child Development Society য়ে আতধৰি আৰু কেইবাটাও সামাজিক সংস্থা Pratiksha , HRDO , PWSE আৰু Excellence Hospital ৰ সহযোগীতাত চিকিৎসক, ফাৰ্মাচিষ্ট আৰু সেস্বাসেৱক সকলৰ অশেষ কষ্টৰ‌ ফলত নেৰানেপেৰা বৰষুণৰ মাজতো বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান ও ঔষধ বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰো ।‌ আমাক বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰা প্ৰতিজন ব্যক্তিক আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলো ।‌

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register