শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষত জাতীয় বিদ্যালয় কদমত দিহানাম প্ৰতিযোগিতা

শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষত জাতীয় বিদ্যালয় কদমত আজি ছাত্ৰী সকলৰ মাজত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত এই প্ৰতিযোগিতাত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ শিক্ষক ৰামেশ্বৰ শেনচোৱা আৰু দিগন্ত বুঢ়াগোহাঁইয়ে পৰিচালনা কৰা প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ ছাত্ৰী সকলে প্ৰথম, পঞ্চম শ্ৰেণীৰ দ্বিতীয় আৰু সপ্তম শ্ৰেণী, অষ্টম শ্ৰেণীৰ ছাত্ৰী সকলে তৃতীয় স্থান লাভ কৰে। 

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register