নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ।
NMCHত উপস্থিত হৈয়ে মন্ত্ৰী গৰাকীয়ে আলোচনাত মিলিত হয় চিকিৎসক তথা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে।
নগাঁও মেডিকেল কলেজ হস্পিতালৰ মানদণ্ড আনৰ তুলনাত ক্ষীপ্ৰতাৰে উন্নত হৈছে বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
