অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান,বঢ়মপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত বানপীড়িত ৰাইজৰ

উজনি অসমৰ বন্যাৰ্তৰ বাবে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান,বঢ়মপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত বানপীড়িত ৰাইজৰ বাবে বঢ়মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ তিনি লাখ টকাৰ আৰ্থিক বৰঙণি আগবঢ়োৱা হয়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register