কলং – কপিলী পৰিয়াল আৰু শুভাকাংক্ষী সকলৰ সহযোগত উজনি অসমৰ বানপীড়িত ৰাইজৰ ৫০০ পৰিয়াললৈ বান সাহাৰ্য্য বিতৰণ কৰা হয়।
যোৱাকালি ( শিৱসাগৰ জিলাৰ বিভিন্ন গাঁৱৰ বানপীড়িত ৰাইজক কিছু খোৱাবস্তু যোগান ধৰা হয়।
এই বিতৰণ কাৰ্য্যসূচীত বিস্কুট, চিৰা, মেগী, ইলেক্ট্ৰলাইট, চাবোন, ছাৰ্ফ আদি যোগান ধৰা হয়।
কলং – কপিলী পৰিয়াল আৰু সকলো শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
