কালি নিশা লাও গাঁৱত অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে বাউল পৰিৱেশনেৰে এক আনন্দমুখৰ পৰিৱেশৰ সৈতে দিনটোৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰোঁ।
নগাঁও লোকসভা সমষ্টিৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ একেই উৎসাহ আৰু পৰিৱৰ্তনৰ লহৰ ✌️
নগাঁও লোকসভা সমষ্টিত এইবাৰ বিজেপিৰ বিজয় সুনিশ্চিত 🙏
