আজি দিনটোৰ আৰম্ভণি। ৩১ জুলাই শুকুৰবাৰে অন্তিম বান সাহায্য সংগ্ৰহ কৰা হ’ব। সময়বোৰ পাৰ হৈ গ’লে কেতিয়াবা অনুতপ্ত হোৱা যায়। সেয়ে আৰ্তজনক সহায় কৰাৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰক। আহক সকলোৱে কাইলৈ নিশা ৯ বজাত নগাঁও জিলা আয়ুক্ত মাননীয় দেৱাশীষ শৰ্মা ছাৰৰ সৈতে মানুহে মানুহৰ বাবে গীতটি গাই কঠীয়াতলীৰ পৰা বান সাহায্য ভৰ্তি বাহন সমূহ শিৱসাগৰলৈ প্ৰেৰণ কৰা শুভ উদ্বোধন অনুষ্ঠানত সহযোগ কৰোঁ।
আজি দিনটোৰ আৰম্ভণি। ৩১ জুলাই শুকুৰবাৰে অন্তিম বান সাহায্য সংগ্ৰহ কৰা হ’ব।
