কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত চেগুন বাগান খেল পথাৰত বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ মহাৰণ । আজিৰ খেলখন উদ্ধোধন কৰে কচুৱা মডেৰ হস্পিতাল চিকিৎসাক ডাঃ বদৰুল ইছলাম লগতে শিক্ষক আলী আকাব্বৰ ।
কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত চেগুন বাগান খেল পথাৰত বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেল উপভোগ কৰে অসংখ্য দৰ্শকে। কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন। এই প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে কঠিয়াতলি এফ চি ফুটবল দল বনাম SKY নগাঁও এফ চি ফুটবল দলে।কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাৱৰ উদ্যোগত চলি থকা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা আজিৰ উদ্বোধনী খেলখন সভাপতিত্ব কৰে আলী আকাব্বৰে
উদ্ধোধনী খেল খনত উপস্থিত থাকে শিক্ষক আবুল কালাম আজাদ সাংবাদিক ৰাজু শইকিয়া গাওঁ প্ৰধান খাইৰুল ইছলাম জিয়াৰুল ইছলাম খলিলুৰ ৰহমান ৰাফেল আটিয়াৰ লগতে এই অঞ্চলৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। নিৰ্ধাৰিত সময় ড্ৰ হোৱাত ট্ৰাইবেকাৰ প্ৰদ্বিতীৰে চূড়ান্ত খেলখন সমাপ্ত কৰা হয় । এই ভিতৰোৱা অঞ্চলটোত অনুষ্ঠিত হোৱা চূড়ান্ত ফুটবল খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অসংখ্য লোকৰ সমাগম হয়। SKY নগাঁও এফ চি ফুটবল দল বিজয়ী হয়। সাংস্কৃতিক অনুষ্ঠান গিত পৰিবহণ কৰে অসম জনপ্ৰিয় কণ্ঠশিল্পী ৰুনুমনী বেগম
খেল খেলনৰ প্ৰথম পুৰস্কাৰ ট্ৰফি লগতে১৫০০০টকা কেছমানি।
দ্বিতীয় পুৰস্কাৰ ট্ৰফি লগতে ৮০০০টকা
খেল খনৰ প্ৰথম পুৰস্কাৰ ট্ৰফি দাতা নজৰুল ইছলাম সভাপতি কচুৱা আঞ্চলিক আমছু
দ্বিতীয় পুৰস্কাৰ ট্ৰফি দাতা নুৰ আমল সচিব কচুৱা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।
মেন অৱ দ্যা মেছ দাতা ছইদুৰ ৰহমান সভাপতি কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থা
মেন অৱ দ্যা চিৰিছ দাতা হজিবুৰ ৰহমান অধিবক্তা নগাঁও।
