লখিমপুৰ লীলাবাৰী কটকপুৰ এল পি স্কুলৰ সহ শিক্ষয়িত্ৰী চয়নিকা পেগু দলে, ৰ আকস্মিক বিয়োগ।

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ শিক্ষাখণ্ডৰ লীলাবাৰী কটকপুৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী চয়নিকা পেগু দলে(৩১)ৰ আকস্মিক বিয়োগৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ২৮ ছেপ্টেম্বৰত লখিমপুৰ ন কাড়ীস্থিত বৰ্নালী পলিক্লিনিক, ৰিচাৰ্চ চেন্টাৰ প্ৰাইভেট লিমিটেডত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা নিষ্ঠাবান শিক্ষয়িত্ৰী গৰাকীয়ে মৃত্যুৰ সময়ত স্বামী, কন্যাৰ লগতে বহু আত্মীয়ক এৰি যায়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register