লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বগীনদী পঞ্চায়তৰ অন্তৰ্গত ছঘৰীয়াত কালি নিশা বজ্ৰপাত পৰি গোহালিত বান্ধি থোৱা অৱস্থাত পশুধনৰ মৃত্যু হয়। জানিব পৰা মতে, কালি নিশা বিজুলী ঢেৰেকনিৰ মাজতে অহা বৰষুণৰ সময়তে গাঁৱখনৰ দ্ৰোণকান্ত সোনোৱাল, ৰ গোহালিৰ এটা বলধ গৰুৰ মৃত্যু হয়। অৱশ্যে বজ্ৰপাতৰ স্পৰ্শৰ পৰা গোহালিৰ অন্য গো ধনৰ কোনোমতে প্ৰাণৰক্ষা পৰে।
লখিমপুৰ বগীনদীৰ ছঘৰীয়াত বজ্ৰপাতত পশুধনৰ মৃত্যু।
