সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনা: বন্যাৰ্তৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিবলৈ গৈ প্ৰাণ গ’ল কৰ্মচাৰী জগত বসুমতাৰীৰ, আহত আন তিনিজন
অসমৰ বান পৰিস্থিতিৰ ভয়াবহতাৰ মাজতে সোণাৰিত সংঘটিত হৈছে এক অত্যন্ত কৰুণ আৰু মৰ্মান্তিক দুৰ্ঘটনা। চৰকাৰী দায়িত্ব পালন কৰি বানাক্ৰান্ত এলেকাত […]









