শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা, অসম সৌৰভ বঁটাপ্ৰাপক লখিমপুৰ চিয়াজুলিৰ জীয়ৰী ডঃ পূৰবী শইকীয়াক লখিমপুৰ বিশ্ববিদ্যালয়ৰ সঞ্চালনা সমিতি তথা পৰামৰ্শদাতা সমিতিৰ সদস্যৰূপে নিৰ্বাচন ৰাজ্যপালৰ
বিজ্ঞানৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় সৰ্বোচ্চ সন্মান বঁটা শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা আৰু অসম সৌৰভ বঁটাৰে সন্মানিত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা […]







