লখিমপুৰবাসী সাৱধান! বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ! আগন্তুক কেইবাদিনো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা-নদী -জলস্তৰ বৃদ্ধি, জলাবদ্ধতা আৰু বজ্রপাতৰ আশংকা থাকিব পাৰে। আপোনাৰ অঞ্চলৰ বতৰ আৰু স্থানীয় […]