ডিচেম্বৰ-জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিব দৈনিক ৪৮.৪ মিলিয়ন চিপছ উৎপাদন হ’ব এই প্রকল্পত বিশ্বৰে সৰ্ববৃহৎ ছেমিকণ্ডাক্টৰ এছেম্বলিং আৰু টেষ্ট ফেচিলিটী হ’ব এই প্রকল্প উদ্বোধনৰ দিনা দেশৰ সকলো গুৰিয়াল ব্যক্তি অসমলৈ আহিব”
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
