চীনত নির্মিত Type 59 টেংকক লৈ বাংলাদেশত সৃষ্টি হৈছে উদ্বেগ।
অনুশীলনৰ সময়ত চট্টগ্ৰামৰ হাতহাজাৰী ফিল্ড ফায়াৰিং ৰেঞ্জত Type 59 টেংক বিস্ফোৰণৰ ঘটনাত ২জন সেনা জোৱান নিহত হোৱা বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে। এই ঘটনাই সামৰিক অনুশীলনৰ সময়ত সুৰক্ষা ব্যৱস্থাক লৈও গুৰুত্বপূৰ্ণ প্রশ্ন উত্থাপন কৰিছে।
নিহত সেনা জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি।
▲ তেওঁলোকৰ পৰিয়াললৈ সমবেদনা।
