ইণ্ডোনেছিয়াত প্ৰকৃতিৰ সংহাৰ: একেলগে সক্ৰিয় হৈ উঠিল ৬টাকৈ আগ্নেয়গিৰি!

Oplus_131072

প্ৰকৃতিৰ এক ভয়াৱহ আৰু ভয়ংকৰ ৰূপ দেখা গৈছে ইণ্ডোনেছিয়াত। একেলগে সক্ৰিয় হৈ উঠিছে দেশখনৰ ৬টাকৈ সক্ৰিয় আগ্নেয়গিৰি। একেদিনাই ৬টা আগ্নেয়গিৰিত বিস্ফোৰণ ঘটাৰ ফলত সমগ্ৰ অঞ্চলটোত তীব্র আতংকৰ সৃষ্টি হৈছে।”

Leave a Reply

BP NEWS Live
Logo Saturday, 3 October 2026
Login / Register