অসম আৰক্ষীৰ ৫ হাজাৰৰো অধিক খালী পদত নিযুক্তি হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্রীয়ে। লগতে লাচিত বৰফুকন পুলিচ একাডেমীক পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত থকাৰ কথাও উল্লেখ কৰিছে।
অসম আৰক্ষীত নতুন নিযুক্তিৰ আশাত বহু যুৱক-যুৱতী।
এই গুৰুত্বপূৰ্ণ খবৰটো সকলোৰে মাজত শ্বেয়াৰ কৰক।
