বিজেপিৰ পৰা পদত্যাগ কৰিলে কণ্ঠশিল্পী সীমান্ত শেখৰে ।

২২ ছেপ্টেম্বৰ: জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে বিজেপিৰ পৰা পদত্যাগ কৰাৰ লগতে দলীয় সাংগঠনিক দায়িত্বৰ পৰাও অব্যাহতি বিচাৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। ৰাজ্যিক সভাপতি গৰাকীয়ে সংবাদ মাধ্যম ওচৰত ব্যক্ত কৰে ক’য় তেওঁ এই পদত্যাগ ব্যক্তিগত কাৰণ বুলি। 

নিজৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত সীমান্ত শেখৰে ব্যক্তিগত কাৰণ বুলি উল্লেখ কৰে। 

গুৱাহাটীৰ পৰা,

মনিৰঞ্জন বিশ্বাস BP News 

 

 

Leave a Reply

BP NEWS Live
Logo Wednesday, 23 September 2026
Login / Register