মুখ্য নির্বাচন আয়ুক্তক নিলম্বনৰ অন্তবর্তীকালীন নির্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Oplus_131072

CEC জ্ঞনেশ কুমাৰৰ অন্তৱৰ্তীকালীন নিলম্বনৰ দাবী নাকচ SCৰ

পৰিৱৰ্তে ভাৰতীয় নির্বাচন আয়োগ তথা আন নির্বাচন আয়ুক্তসকললৈ জাননী জাৰি

একপক্ষীয়ভাৱে SIRৰ সিদ্ধান্ত লোৱাৰ অভিযোগত CECৰ বিৰুদ্ধে দাখিল হৈছিল আৱেদন

সেই আবেদনৰ শুনানি লৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে দিয়ে এই ৰায়

মুখ্য ন্যায়াধীশ সূর্য কান্তৰ নেতৃত্বত ৩জনীয়া বিচাৰপিঠত হৈছিল শুনানি

Leave a Reply

BP NEWS Live
Logo Thursday, 8 October 2026
Login / Register