কাইলৈ নগাঁও লোকসভাৰ উপ-নির্বাচন
ভোটগ্রহণ কেন্দ্রলৈ ৰাওনা প’লিং প্রিজাইডিং বিষয়া
ভোটগ্রহণৰ বাবে সাজু জিলা প্রশাসন
২,৩০৭টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্রহণ
নগাঁও-মৰিগাঁও জিলাৰ ৮টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ১৯,০২,০০৯ গৰাকী
পুৰুষ ভোটাৰৰ সংখ্যা- ৯,৫৮,৫৯৫ গৰাকী
মহিলা ভোটাৰৰ সংখ্যা- ৯,৪৩,৩৬৪ গৰাকী
তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা- ৫০ গৰাকী
