অসম কেবিনেট
গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
৪ অক্টোবৰ ২০২৬
অগ্নিবীৰসকলক সম্মান
কেবিনেটে অসমত স্থায়ীভাবে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, এ পি আৰ অ’, এছ ডি আৰ এফ, অগ্নিনির্বাপণ আৰু জৰুৰীকালীন সেৱা, বন সুৰক্ষা বাহিনী আৰু আবকাৰী বিভাগৰ ১১টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত ১২% সংৰক্ষণত অনুমোদন জনাইছে
